ছাগলীৰ বাবে অনুমোদিত প্রতিষেধক চিতাকৰণৰ বিৱৰণ

বেমাৰ বয়স দিয়াৰ সময় দিয়াৰ ধৰণ আৰু পৰিমাণ মন্তব্য
চবকা (FMD) ৬-৮ সপ্তাহত প্রতি ৬ মাহৰ মুৰে মুৰে ১ মি. লি. s/c বা i/m মে - জুনত
হিমোৰেজিক চেপ্তিচেমিয়া (Hemorrhagic Septicaemia) ৩-৪ মাহত প্রতি বছৰে ১ মি. লি. s/c
টিটেনাছ (Tetanus) ৩-৪ মাহত প্রতি ৬ মাহৰ মুৰে মুৰে প্রতি বছৰে বা i/m  
এনথ্ৰাক্স (Anthrax) ৪-৬ মাহত প্রতি বছৰে ০.৫ -১ মি. লি. নেজত  
এন্টাৰটক্সিমিয়া (Enterotoxaemia) ৩-৪ মাহত প্রথম দিয়াৰ ১৫ দিনৰ পাছত. তাৰ পাছত বছৰে বছৰে ২.৫ মি. লি. s/c প্রথম দুটা বেজী আগষ্ট মাহত
পেষ্ট ডে পেটিটছ ৰুমিনেণ্ট (Peste des petits ruminants) ৩-৪ মাহত প্রতি বছৰে ১ মি. লি. s/c গাভিনী অৱষ্হাত নিষেধ

 

Tags: