শাকনি বাৰীত চাং পাতি কৰা শস্যক্ৰমঃ

  1. ৰঙালাও (নবেম্বৰ-ফেব্ৰুৱাৰী) - জিকা (মাৰ্চ-জুন) - তিতা কেৰেলা (জুলাই-অক্টোবৰ)
  2. কোমোৰা (এপ্ৰিল -জুলাই) - ডবুৱা মাহ (আগষ্ট - ডিচেম্বৰ) - লেচেৰা মাহ (জানুৱাৰী-মাৰ্চ)
  3. জাতিলাও (ডিচেম্বৰ-ফেব্ৰুৱাৰী) - তিয়ঁহ (মাৰ্চ-জুন) - ভোল (জুলাই-অক্টোবৰ)
  4. তিয়ঁহ (ডিচেম্বৰ-মাৰ্চ)-তিতা কেৰেলা (এপ্ৰিল -জুলাই) - ডবুৱা মাহ (আগষ্ট-নবেম্বৰ)

Tags: