শাকনি বাৰীৰ বাবে অনুমোদিত শস্যক্ৰমঃ

  1. বন্ধাকবি (নবেম্বৰ-ফেব্ৰুৱাৰী)-ভেন্দি (মাৰ্চ-জুন)- আগতীয়া ফুলকবি (জুলাই-অক্টোবৰ)
  2. বিলাহী (অক্টোবৰ-জানুৱাৰী) - মৰিচা শাক (ফেব্ৰুৱাৰী-মে) - ভেন্দি (জুন - চেপ্তেম্বৰ)
  3. মটৰ মাহ (নবেম্বৰ-ফেব্ৰুৱাৰী) -ভেন্দি (মাৰ্চ-জুন)-আগতীয়া ফুলকবি (জুলাই-অক্টোবৰ)
  4. মূলবতৰৰ ফুলকবি (অক্টোবৰ-জানুৱাৰী) -মৰিচা শাক (ফেব্ৰুৱাৰী-মে) - ভেন্দি (জুন - চেপ্তেম্বৰ)
  5. আলু (নবেম্বৰ-ফেব্ৰুৱাৰী)-মৰিচা শাক(মাৰ্চ-জুন)- আগতীয়া ফুলকবি (জুলাই-অক্টোবৰ)
  6. বেঙেনা (চেপ্তেম্বৰ-জানুৱাৰী) - ধুন্দুলী(ফেব্ৰুৱাৰী-মে) - লেচেৰা মাহ (জুন-আগষ্ট)
  7. ওলকবি(চেপ্তেম্বৰ-নবেম্বৰ) - বিলাতী পালেং + ফ্ৰেন্সবীন(ডিচেম্বৰ-এপ্ৰিল )- মিঠা আলু (মে-আগষ্ট)
  8. পিয়াজ (অক্টোবৰ-ফেব্ৰুৱাৰী) - লেচেৰা মাহ(মাৰ্চ-মে) - ভেন্দি (জুন - চেপ্তেম্বৰ)
  9. নহৰু+ধনীয়া (অক্টোবৰ-জানুৱাৰী)- ফ্ৰেন্সবীন(ফেব্ৰুৱাৰী-মে) -লেচেৰা মাহ (জুন - চেপ্তেম্বৰ)
  10. গাজৰ (অক্টোবৰ-জানুৱাৰী) - কেপচিকাম (ফেব্ৰুৱাৰী-মে) - বেঙেনা (জুন - চেপ্তেম্বৰ)
  11. বিলাহী (চেপ্তেম্বৰ-আগ ডিচেম্বৰ) - তিয়ঁহ (শেষ ডিচেম্বৰ - এপ্ৰিল) - ভেন্দি(মে-আগষ্ট)
  12. ভেন্দি(মাৰ্চ-জুন)-মূলা (জুলাই-চেপ্তেম্বৰ)-বেঙেনা (অক্টোবৰ-ফেব্ৰুৱাৰী)

Tags: