Vaccination Schedule

ছাগলীৰ বাবে অনুমোদিত প্রতিষেধক চিতাকৰণৰ বিৱৰণ

বেমাৰ বয়স দিয়াৰ সময় দিয়াৰ ধৰণ আৰু পৰিমাণ মন্তব্য
চবকা (FMD) ৬-৮ সপ্তাহত প্রতি ৬ মাহৰ মুৰে মুৰে ১ মি. লি. s/c বা i/m মে - জুনত
হিমোৰেজিক চেপ্তিচেমিয়া (Hemorrhagic Septicaemia) ৩-৪ মাহত প্রতি বছৰে ১ মি. লি. s/c
টিটেনাছ (Tetanus) ৩-৪ মাহত প্রতি ৬ মাহৰ মুৰে মুৰে

Tags: 

পিছ চোতালৰ কুকুৰাৰ অনুমোদিত প্রতিষেধক চিতাকৰণৰ বিৱৰণ

বেমাৰ ছিটাৰ নাম বয়স পৰিমাণ দিয়াৰ ধৰণ
ৰাণীখেট বেমাৰ F1 বা লাছোটা ৪-৭ দিনত ১ টোপাল চকু বা নাকত
গাম্বোৰো বেমাৰ ইন্টাৰমিডিয়েট প্লাছ ১৪-১৮ দিনত ১ টোপাল চকু বা নাকত
ৰাণীখেট বেমাৰ F1 বা লাছোটা ৩৫ দিনত ১ টোপাল চকু বা নাকত

Tags: 

Subscribe to RSS - Vaccination Schedule